Class 1 Assamese Chapter 9 Question Answer

Class 1 Jhankar Chapter 9 Question Answer | Class 1 Assamese Chapter 9 Question Answer | Class 1 Assamese Chapter 9 solutions | Class 1 Assamese Chapter 9 |  class 1 jhankar textbook chapter 9 | Class 1 Jhankar Chapter 9 Lesson 1 | Class 1 Jhankar Chapter 9 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৯ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৯ম অধ্যায় “যাতায়ত আৰু যোগাযোগ” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৯ যাতায়ত আৰু যোগাযোগ | পাঠ ১ ‘জোনলৈ যাওঁ ব’লা | পাঠ ২ নাৱেৰে যাত্ৰা | Assamese Class 1 Chapter 9 explanation.

পাঠ-১ : জোনলৈ যাওঁ ব’লা

▪️পঢ়োঁ আহা—

বৰঝাৰত বিমানঘাটি আছে। বিমানেৰে কম সময়তে অহা-যোৱা কৰিব পাৰি। মাকৰ লগত বিমলা আৰু পুতুল আজি বৰঝাৰলৈ যাব।

▪️কওঁ আহা—

ক) বিমলা আৰু পুতুল মাকৰ লগত ক’লৈ যাব?

উত্তৰ: বিমলা আৰু পুতুল মাকৰ লগত বৰঝাৰলৈ যাব।

খ) বিমানঘাটি ক’ত আছে?

উত্তৰ: বিমানঘাটি বৰঝাৰত আছে।

গ) তুমি কেতিয়াবা উৰাজাহাজ দেখিছানে?

উত্তৰ: নিজে ক’ব চেষ্টা কৰিবা।

পাঠ-২ : নাৱেৰে যাত্ৰা

▪️ছবি চাই এটা বাক্য লিখোঁ আহা—

উত্তৰ: ডেকা-গাভৰুবোৰে ঢোল বজাই আনন্দেৰে নাচি আছে।

পুনৰালোচনা

▪️ পঢ়োঁ আহা—

শেৱালি মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ যাব। ডালিমীয়ে তেওঁলোকক আগবঢ়াই দিলে। শেৱালিয়ে ডালিমীক হাত জোকাৰি বিদায় জনালে।

🗣️কওঁ আহা—

ক) কোন মোমায়েকৰ ঘৰলৈ গৈছে?

উত্তৰ: শেৱালি মোমায়েকৰ ঘৰলৈ গৈছে।

খ) শেৱালিহঁতক কোনে আগবঢ়াই দিলে?

উত্তৰ: শেৱালিহঁতক ডালিমীয়ে আগবঢ়াই দিলে।

গ) তুমি বাছত উঠি ক’লৈ গৈ পাইছা?

উত্তৰ: নিজে চেষ্টা কৰিবা।


Overview of Class 1 Assamese Chapter 9 Question Answer

Class 1 Assamese Chapter 9 Question Answer

In this guide, we have provided the complete answers to the first lesson “‘জোনলৈ যাওঁ ব’লা” and the second lesson “নাৱেৰে যাত্ৰা” in the 9th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৯ম অধ্যায় “যাতায়ত আৰু যোগাযোগ” ৰ পাঠ ১ ‘জোনলৈ যাওঁ ব’লা’ আৰু পাঠ ২ ‘নাৱেৰে যাত্ৰা’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।

Why Use Bidya Setu for Class 1 Assamese Chapter 9 Question Answer?

  • SCERT Assam Based: All answers follow the official syllabus.
  • Easy to Understand: Written in simple Assamese for Class 1 students.
  • Free Access: Students can read solutions anytime without cost.
  • Exam Ready: Helps in preparation for school tests and exams.

Frequently Asked Questions (FAQ)

Q1. Where can I find Class 1 Assamese Chapter 9 Question Answer?

A: You can find complete SCERT Class 1 Assamese Chapter 9 Question Answer on the Bidya Setu website for free.

Q2. Are these Class 1 Assamese Chapter 9 Question Answer based on the SCERT Assam syllabus?

A: Yes, all answers are prepared strictly according to the latest SCERT Assam syllabus for Class 1.

Q3. Are these Class 1 Assamese Chapter 9 Question Answer easy for children to understand?

A: Absolutely. The answers are written in simple Assamese so that students of Class 1 can learn without difficulty.

Q4. Will these Class 1 Assamese Chapter 9 Question Answer help in exams?

A: Yes, Class 1 Assamese Chapter 9 Question Answer will help students prepare well for school exams and class tests.

Q5. Can I download Class 1 Assamese Chapter 9 Question Answer in PDF format?

A: Yes, on Bidya Setu we provide free downloadable PDF solutions for Class 1 Assamese chapters.

Final Words

We hope this article on Class 1 Assamese Chapter 9 Question Answer helps Class 1 students in Assam to prepare better and improve their learning. For more chapters and study materials, keep visiting Bidya Setu – The Trusted Educational Platform for Students of Assam.

READ ALSO:

Leave a Comment