Class 1 Assamese Chapter 8 Question Answer

Class 1 Jhankar Chapter 8 Question Answer | Class 1 Assamese Chapter 8 Question Answer | Class 1 Assamese Chapter 8 solutions | Class 1 Assamese Chapter 8 |  class 1 jhankar textbook chapter 8 | Class 1 Jhankar Chapter 8 Lesson 1 | Class 1 Jhankar Chapter 8 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৮ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৮ম অধ্যায় “বতৰৰ কথা” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৮ বতৰৰ কথা | পাঠ ১ বতৰৰ কথা | পাঠ ২ বেলি আৰু বতাহ | Assamese Class 1 Chapter 8 explanation.

পাঠ-১ : বতৰৰ কথা

▪️ বাওঁফালৰ লগত সোঁফালৰ পৰা শব্দ লগ লগাই লিখোঁ আহা—

উত্তৰ: আমৰ বতৰৰ মাহ আহাৰ।

ধান পকা মাহ আঘোণ। 

ফাগুন মাহত পছোৱা বতাহ।

শাওণ মাহত ভৰ বাৰিষা।

🗣️ সাঁথৰ ভাঙো আহা—

টুপ্ টুপ্ টুপলি,

পানী পালে মুকলি।

উত্তৰ: খেৱালি জাল।

🗣️ ভাবোঁ আৰু কওঁ আহা— 

পানী আৰু ক’ত ক’ত পোৱা যায় বাৰু?

উত্তৰ: পানী বৰষুণ, নৈ, জান-জুৰি, পুখুৰী আদিৰ পৰা পোৱা যায়।

পাঠ-২ : বেলি আৰু বতাহ

🗣️কথা পাতোঁ আহা—

ক) বেলি আৰু বতাহৰ কিয় মতভেদ হৈছিল?

উত্তৰ: বেলি আৰু বতাহৰ মাজত কোনে বেছি বলৱান তাক লৈ মতভেদ হৈছিল।

খ) অৱশেষত বেলি আৰু বতাহে কেনেকৈ বল জুখিবলৈ ঠিক কৰিলে?

উত্তৰ: অৱশেষত বেলি আৰু বতাহে বাটৰুৱা এজনৰ গাৰ চাদৰ গুচোৱাৰ প্রতিযোগিতা কৰি বল জুখিবলৈ ঠিক কৰিলে।

গ) বতাহ জোৰকৈ বলাত বাটৰুৱাজনে কি কৰিলে?

উত্তৰ: বতাহ জোৰকৈ বলাত বাটৰুৱাজনে এৰি চাদৰখন ভালদৰে গাত মেৰিয়াই ললে।

ঘ) বেলিৰ তাপ বঢ়াত বাটৰুৱাজনে কি কৰিলে?

উত্তৰ: বেলিৰ তাপ বঢ়াত বাটৰুৱাজনে গৰম সহিব নোৱাৰি গাৰ কাপোৰখন গুচাই দিলে।

ঙ) বেলি আৰু বতাহৰ মাজত কোন জিকিল?

উত্তৰ: বেলি আৰু বতাহৰ মাজত বেলি জিকিল।

চ) বাটৰুৱাৰ গাৰ কাপোৰ গুচোৱাৰ সলনি কি প্রতিযোগিতা কৰিলে বতাহ জিকিলহেঁতেন, কওঁ আহা।

উত্তৰ: বাটৰুৱাৰ গাৰ কাপোৰ গুচোৱাৰ সলনি গছৰ পাত সৰোৱাৰ প্ৰতিযোগিতা কৰিলে বতাহ জিকিলহেঁতেন।

ছ) আমি দিনটোৰ কোনখিনি সময়ত বেছি গৰম অনুভৱ কৰোঁ?

উত্তৰ: আমি দিনটোৰ দুপৰীয়া সময়ত বেছি গৰম অনুভৱ কৰোঁ।

▪️তলৰ আখৰ-জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা—

উত্তৰ: ঠগা, গাল, গুটি, গুৰ, বুঢ়া, বুৰ, লব, লৰ, লগ, ৰুটি, বগা, বল, বৰ, বৰল, ৰথ।

▪️পঢ়ো আহা—

আঘোণ মাহ।

পথাৰত ধানবোৰ পকিছে।

দাৱনীয়ে ধান দাইছে।

সোণটিয়ে টোপোলাত 

জলপান আনিছে।

🗣️কোৱা—

ক) ধানবোৰ ক’ত পকিছে?

উত্তৰ: পথাৰত।

খ) কোনে ধান দাইছে?

উত্তৰ: দাৱনীয়ে।

গ) সোণটিয়ে জলপান কিহত আনিছে?

উত্তৰ: টোপোলাত।

পুনৰালোচনা

▪️ছবিত দেখা বস্তুবোৰৰ নাম লিখা—

উত্তৰ: গছ, ছাতি, পখিলা, চাইকেল, ঠেলাগাড়ী, বাঘ, চিলা, চৰাই, গৰু, ছাগলী, কুকুৰ।


Overview of Class 1 Assamese Chapter 8 Question Answer

Class 1 Assamese Chapter 8 Question Answer

In this guide, we have provided the complete answers to the first lesson “বতৰৰ কথা” and the second lesson “বেলি আৰু বতাহ” in the 8th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৮ম অধ্যায় “বতৰৰ কথা” ৰ পাঠ ১ ‘বতৰৰ কথা’ আৰু পাঠ ২ ‘বেলি আৰু বতাহ’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।

Why Use Bidya Setu for Class 1 Assamese Chapter 8 Question Answer?

  • SCERT Assam Based: All answers follow the official syllabus.
  • Easy to Understand: Written in simple Assamese for Class 1 students.
  • Free Access: Students can read solutions anytime without cost.
  • Exam Ready: Helps in preparation for school tests and exams.

Frequently Asked Questions (FAQ)

Q1. Where can I find Class 1 Assamese Chapter 8 Question Answer?

A: You can find complete SCERT Class 1 Assamese Chapter 8 Question Answer on the Bidya Setu website for free.

Q2. Are these Class 1 Assamese Chapter 8 Question Answer based on the SCERT Assam syllabus?

A: Yes, all answers are prepared strictly according to the latest SCERT Assam syllabus for Class 1.

Q3. Are these Class 1 Assamese Chapter 8 Question Answer easy for children to understand?

A: Absolutely. The answers are written in simple Assamese so that students of Class 1 can learn without difficulty.

Q4. Will these Class 1 Assamese Chapter 8 Question Answer help in exams?

A: Yes, Class 1 Assamese Chapter 8 Question Answer will help students prepare well for school exams and class tests.

Final Words

We hope this article on Class 1 Assamese Chapter 8 Question Answer helps Class 1 students in Assam to prepare better and improve their learning. For more chapters and study materials, keep visiting Bidya Setu – The Trusted Educational Platform for Students of Assam.

Leave a Comment