Class 1 Jhankar Chapter 4 Question Answer | Class 1 Assamese Chapter 4 Question Answer | Class 1 Assamese Chapter 4 solutions | Class 1 Assamese Chapter 4 | class 1 jhankar textbook chapter 4 | Class 1 Jhankar Chapter 4 Lesson 1 | Class 1 Jhankar Chapter 4 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৪ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৪ৰ্থ অধ্যায় “আমাৰ সংস্কৃতি” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৪ আমাৰ সংস্কৃতি | পাঠ ১ ৰংমনৰ ঢোল | পাঠ ২ জোনবাই এ এটি তৰা দিয়া | Assamese Class 1 Chapter 4 explanation.
আমাৰ সংস্কৃতি
পাঠ – ১ : ৰংমনৰ ঢোল
🗣️ কথা পাতোঁ আহা —
ক) ৰংমনক ঢোলটো কোনে আনি দিছিল?
উত্তৰ: ৰংমনক ঢোলটো দেউতাকে আনি দিছিল।
খ) ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল?
উত্তৰ: ৰংমনে ঢোল বাওঁতে মাকে তাৰ কণমানি ভনীয়েকক কোলাত লৈ শুৱাবলৈ গীত গাই আছিল।
গ) সেই সময়ত আইতাক ক’ত আছিল?
উত্তৰ: সেই সময়ত আইতাক চোতালত বহি আছিল।
ঘ) ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে মাকে কিয় মানা কৰিছিল?
উত্তৰ: ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে মাকে মানা কৰিছিল কাৰণ ঢোলৰ মাত শুনি তাৰ ভনীয়েকে উচাপ খাই খান্দিবলৈ ধৰিছিল।
ঙ) ৰংমনে কি ভুল কৰিছিল?
উত্তৰ: ৰংমনৰ ভনীয়েকজনী শুই থকা সময়ত তেওঁ ঢোল বজাই ভুল কৰিছিল।
চ) ৰংমনৰ মাক আৰু আইতাকে গোৱা গীতদুটি গোৱা।
উত্তৰ: ৰংমনৰ মাকে গোৱা গীতটি আছিল–
আমাৰে মইনা শুব এ’
বাৰীতে বগৰী ৰুব এ’
বাৰীৰে বগৰী পকি সৰিব
আমাৰে মইনাই বুটলি খাব।
ৰংমনৰ আইতাকে গোৱা গীতটি আছিল–
লাই হালে-জালে আবেলি বতাহে
লফা হালে-জালে পাতে,
আমাৰে মইনা হালিছে-জালিছে
কালি দুপৰৰে ভাতে।
▪️আখৰ-জালৰ পৰা শব্দ লিখোঁ আৰু পড়ো আহা—
উত্তৰ: বজাৰ, বৰল, বৰ, বল, তাৰ, তালি, তাল, কলিজা, কৰ, কলি, কল, ৰজা, জালি, জাক, জাৰ।
পাঠ – ২ : জোনাই এ’ এটি তৰা দিয়া
🗣️ কথা পাতোঁ আহা—
ক) আকাশত জোনবাই আৰু তৰাৰ বাহিৰে আৰু কি কি দেখিছা?
উত্তৰ: আকশত জোনবাই আৰু তৰাৰ বাহিৰে সূৰ্য্য, ডাৱৰ, ৰামধেনু, বজ্ৰপাত আৰু বৰষুণ দেখা পোৱা যায়।
খ) তোমালোকে কি কি ৰঙৰ চৰাই দেখিছা?
উত্তৰ: কলা, বগা, সেউজীয়া, পাতল ছাই-বৰণ, বাদামী, হালধীয়া, ৰঙা আদি ৰঙৰ চৰাই সাধাৰণতে দেখিবলৈ পোৱা যায়।
গ) তোমালোকে দেখা চৰাইবোৰৰ নাম কোৱা।
উত্তৰ: কুলি, কাউৰী, পাৰ, ভাটৌ, ময়ূৰ, বগলী, চিলনী আদি।
ঘ) নাও মেলি কোন যায়?
উত্তৰ: নাও মেলি নাৱৰীয়াই যায়।
ঙ) গধূলি সময়ত তোমালোকে কি কি কৰা?
উত্তৰ: গধূলি সময়ত আমি হাত-ভৰি ধুই ভগৱানক প্ৰাৰ্থনা কৰিব লাগে আৰু কিতাপ পঢ়িব লাগে।
▪️আখৰ লগ লগাই শব্দ গঠন কৰোঁ আহা—
উত্তৰ: জিকা, জিলা, কাপ, কাচি, পকা, পৰুৱা, চিলা, লাৰু।
Overview of Class 1 Assamese Chapter 4 Question Answer
In this guide, we have provided the complete answers to the first lesson “ৰংমনৰ ঢোল” and the second lesson “জোনবাই এ এটি তৰা দিয়া” in the 4th chapter of the Jhankar textbook for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৪ৰ্থ অধ্যায় “আমাৰ সংস্কৃতি” ৰ পাঠ ১ ‘ৰংমনৰ ঢোল’ আৰু পাঠ ২ ‘জোনবাই এ এটি তৰা দিয়া’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰIn this guide, we have provided the complete answers to the first lesson “কুকুৰা আৰু হাঁহ” in the 3rd chapter of the Jhankar textbook for Class 1.
Why Use Bidya Setu for Class 1 Assamese Chapter 4 Question Answer?
- SCERT Assam Based: All answers follow the official syllabus.
- Easy to Understand: Written in simple Assamese for Class 1 students.
- Free Access: Students can read solutions anytime without cost.
- Exam Ready: Helps in preparation for school tests and exams.
Frequently Asked Questions (FAQ)
Q1. Where can I find Class 1 Assamese Chapter 4 Question Answer?
A: You can find complete SCERT Class 1 Assamese Chapter 4 Question Answer on the Bidya Setu website for free.
Q2. Are these Class 1 Assamese Chapter 4 Question Answer based on the SCERT Assam syllabus?
A: Yes, all answers are prepared strictly according to the latest SCERT Assam syllabus for Class 1.
Q3. Are these Class 1 Assamese Chapter 4 Question Answer easy for children to understand?
A: Absolutely. The answers are written in simple Assamese so that students of Class 1 can learn without difficulty.
Q4. Will these Class 1 Assamese Chapter 4 Question Answer help in exams?
A: Yes, Class 1 Assamese Chapter 4 Question Answer will help students prepare well for school exams and class tests.
Final Words
We hope this article on Class 1 Assamese Chapter 4 Question Answer helps Class 1 students in Assam to prepare better and improve their learning. For more chapters and study materials, keep visiting Bidya Setu – The Trusted Educational Platform for Students of Assam.