If you are searching for AJB Class 8 Assamese Lesson 15 Question Answer, you are in the right place. This article provides complete and easy solutions of Lesson 15 “প্রত্যাগত” from the Assam Jatiya Bidyalay (AJB) Class 8 Assamese textbook. Students looking for Assam Jatiya Bidyalay Class 8 Assamese Lesson 15 Question Answer, AJB Class 8 Assamese Chapter 15 Solutions, or অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া পাঠ ১৫ প্ৰশ্নোত্তৰ will find this article very helpful.
Contents of AJB Class 8 Assamese Lesson 15 Question Answer
This section provides a clear overview of all the topics included in Lesson 15 “প্রত্যাগত” of AJB Class 8 Assamese. The complete questions and answers of AJB Class 8 Assamese Lesson 15 are provided below.
প্রত্যাগত
১) উত্তৰ লিখাঃ
ক) কোনে হাৰ্টৰ অপেৰেশ্যন কৰে?
উত্তৰঃ কৰ্ডিঅ’থ’ৰাছিক চাৰ্জনে হাৰ্ডৰ অপাৰেশ্যন কৰে।
(খ) হার্ট ট্রেস্নপ্লেন্ট কেনেকৈ কৰে ?
উত্তৰঃ এজনৰ হাৰ্ট আনজনৰ দেহত সংযোগ কৰি হাৰ্ট ট্ৰেস্নপ্লেন্ট কৰে।
(গ) হৃদযন্ত্ৰটো কি পদ্ধতিৰে কিছুদিন সংৰক্ষিত কৰে ?
উত্তৰঃ ভিট্ৰিফিকেশ্যন নামৰ এটা পদ্ধতিৰে হৃদযন্ত্ৰটো সংৰক্ষণ কৰা হয়। হৃদযন্ত্ৰটো গ্লিচাৰণ নামৰ এবিধ ৰাসায়নিক দ্ৰব্যৰ লগত মিহলাই জুলীয়া নাইট্ৰ জেনৰ সহায়ত অতি শীতল অর্থাৎ শূন্য ডিগ্রী ছেন্টিগ্ৰেডৰ ১৯২ (ডিগ্রী) তললৈ (১৯২ ডিগ্রী চেলছিয়াছ) নি সংৰক্ষণ কৰা হয়।
(ঘ) হাৰ্ট ট্ৰেন্সপ্লেণ্টৰ দ্বাৰা কিদৰে মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয় ?
উত্তৰঃ মানুহৰ শৰীৰৰ কেবাটাও মুখ্য অংগৰ ভিতৰত হাৰ্টও এটা মুখ্য অংগ যাৰ সহায়ত মানুহে জীয়াই থাকে আৰু হাৰ্ট অভিহনে মানুহৰ মৃত্যু অৱশ্যম্ভাৱী। কিন্তু মানুহৰ শৰীৰৰ থকা হাৰ্টটো যদি কিবা কাৰণত অকামিলা হৈ যায় আৰু সময়মতে এটা হার্ট পোৱা যায় তেতিয়া ট্ৰেন্সপ্লেণ্টৰ সহায়ত মানুহৰ শৰীৰৰ পুনৰ সক্ৰিয় হব পাৰে। কাৰ্ডিঅ’থ’ৰাছিক চাৰ্জনে অপাৰেশ্যন কৰি দুৰ্ঘটনা আদিত মগজু সম্পূৰ্ণ ৰূপে অকাৰ্যক্ষম হৈ পৰা কিন্তু স্পন্দন থকা হৃদপিণ্ড সংগ্ৰহ কৰি গ্ৰাহক ৰোগীৰ শৰীৰত স্থাপন কৰে। এইদৰে হাৰ্ট ট্ৰেন্সপ্লেণ্ট কৰি মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয় ।
ঙ) ৰথীন বৰুৱাই হাৰ্টট্রেস্নপ্লেন্ট ক’ত আৰু কোনে কৰিছিল?
উত্তৰঃ ৰথীন বৰুৱাই হাৰ্টট্রেস্নপ্লেন্ট আমেৰিকাৰ মিছিগানৰ ‘হেনৰি ফ’ৰ্ড ইনষ্টিটিউট’ত, ‘ব্ৰৱাৰ ৰবাৰ্ট’ নামৰ এজন ছাৰ্জনৰ দ্বাৰা কৰিছিল।
চ) ৰথীন বৰুৱাৰই তেওঁৰ হাৰ্ট ৰেট কিদৰে কমি নৰ্মেল হব বুলি কৈছিল?
উত্তৰঃ হাৰ্টৰ অপাৰেশ্যনত হেনো ভেগাছ নামৰ নাৰ্ভ এডাল কটা যায়। সেইডাল হেনো সময়ত জোৰা লাগিব আৰু তেতিয়া হার্ট ৰেট কমি নৰ্মেল হ’ব।
ছ) কেলি পাৰকিনছ কোন?
উত্তৰঃ কেলি পাৰকিনছ হৈছে এজন পৰ্বতাৰোহী। তেওঁ হার্ট ট্ৰেন্সপ্লেণ্ট কৰাৰ পিছত কেবাটাও ওখ শৃংগ আৰোহণ কৰিছে৷ তেওঁৰ উদ্দেশ্য হৈছে বিশ্ববাসীক হার্ট ট্ৰেন্সপ্লেণ্টৰ নিৰাপদতাৰ বিষয়ে অৱগত কৰোৱা ।
জ) ক্রায়’প্রিজার্ভেশ্যন কি?
উত্তৰঃ ক্ৰায়’প্রিজার্ভেশ্যন হৈছে কোনো জীৱৰ মৃত্যুৰ পিছত তেওঁৰ দেহৰ যিকোনো এটা অংগ সক্ৰিয় হৈ থাকিলে সেই অংগ সংৰক্ষণ কৰাৰ এক ব্যৱস্থা।
ঝ) ৰথীন বৰুৱাৰ হাৰ্টৰ কি ৰোগ হৈছিল?
উত্তৰঃ ৰথীন বৰুৱাৰ হাৰ্টৰ কাৰ্ডিঅ’মায়’পেথি ৰোগ হৈছিল।
ঞ) ক্রায়’নিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই কি চুক্তি কৰিছিল?
উত্তৰঃ ক্ৰায়’নিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই চুক্তি কৰিছিল যে – যদি তেওঁৰ মৃত্যু হয়, তেন্তে তেওঁৰ মৃতদেহটো তেওঁলোকৰ ব্যৱস্থাৰে জুলীয়া নাইট্ৰ’জেন টেংকিত সংৰক্ষণ কৰিব আৰু যেতিয়া তেওঁৰ ৰোগৰ সুচিকিৎসা ওলাব বা অপাৰেশ্যন সম্ভৱ হ’ব তেতিয়া তেওঁলোকে সম্পূৰ্ণ ব্যৱস্থা কৰি তেওঁক পুনৰ জীয়াই তুলিব।
২। সন্ধি ভঙা :
(ক) প্রত্যাগত = প্রতি + আগত।
(খ) অস্ত্ৰোপচাৰ = অস্ত্ৰ + উপাচাৰ।
(গ) যাতায়ত = যাত + আয়াত।
(ঘ) পুনৰ্জীৱন = পুনঃ + জীৱন।
ঙ) সংৰক্ষণ = সম + ৰক্ষণ ।
(চ) বিপজ্জনক = বিপদ +জনক ।
ছ) প্ৰত্যাৰোপন = প্ৰতি + আৰোপন
(জ) যোগাযোগ = যোগ + অয়োগ ।
(ঝ) প্রতিষ্ঠান = প্রতি +ষ্ঠান ।
(ঞ) তদুপৰি =তৎ + উপৰি ৷
(ট) পুন্নজন্ম = পুনঃ + জন্ম ।
(ঠ) ভাৰাক্ৰান্ত = ভাৰা + আক্রান্ত |
৩) পাঠটো তোমাৰ নিজৰ কথাৰে সজাই লিখা ।
উত্তৰঃ __________
৪) উক্তি পৰিৱৰ্তন কৰা ।
ক) মই তেওঁক কলো, মোৰ কিন্তু চিন্তা হৈছে।
উত্তৰঃ মই তেওঁক ক’লো যে মোৰ কিন্তু চিন্তা হৈছিল।
খ) মানুহজনে ক’লে, “মোৰ চিনাকি দিলে তুমি বিশ্বাস নকৰিবা।”
উত্তৰঃ মানুহজনে ক’লে যে তেওঁৰ চিনাকি দিলে বিশ্বাস নকৰিব
গ) সীমাই সেইবাৰলৈ তেওঁক ক্ষমা কৰিবলৈ অনুৰোধ কৰিলে।
উত্তৰঃ সীমাই ক’লে, “অনুৰোধ কৰি এইবাৰলৈ মোক ক্ষমা কৰি দিয়ক।”
ঘ) তেওঁ মোক সুধিলে, “কালি তোমালোকৰ ঘৰলৈ কোন আহিছিল?”
উত্তৰঃ তেওঁ মোক সুধিলে যে সেইদিনা আমাৰ ঘৰলৈ কোন
আহিছিল।
ঙ) তেওঁ ক’লে, “এইবাৰলৈ মোক ৰক্ষা কৰক।” উত্তৰঃ তেওঁ এইবাৰলৈ তেওঁক ক্ষমা কৰি দিবলৈ অনুৰোধ কৰিলে।
চ) শিক্ষকে কৈছিল, “মানুহ অমৰ নহয়।
উত্তৰঃ শিক্ষকে কৈছিল যে মানুহ অমৰ নহয়।
৫) তলৰ বাক্যবোৰত থকা ভুলবোৰ শুধৰোৱাঃ
ক) তেখেতে ক’লে, ৰাইজসকল, আপোনালোকৰ ভাল হওক।
উত্তৰঃ তেখেতে ক’লে, ৰাইজ, আপোনালোকৰ ভাল হওক।
খ) তোমাৰ খুৰীৰ ঘৰ ক’ত?
উত্তৰঃ তোমাৰ খুৰীয়েৰাৰ ঘৰ ক’ত?
গ) তুমি আজি সন্ধিয়া মোক লগ ধৰিবা।
উত্তৰঃ তুমি আজি সন্ধিয়ালৈ মোক লগ ধৰিবা।
উত্তৰঃ তুমি আজি সন্ধিয়ালৈ মোক লগ ধৰিবা ।
ঘ) তোমাৰ বাবে ৰখিবলৈ মোৰ সময় নাই।
উত্তৰঃ তোমাৰ বাবে ৰ’বলৈ মোৰ সময় নাই।
ঙ) নটা বজাত সি আহিছিল।
উত্তৰঃ ন বজাত সি আহিছিল।
৬) তলৰ শব্দবোৰত কিয় ‘ণ’ হৈছে লিখাঃ
পৰিৱহণঃ ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘ৱ’ থকাৰ বাবে ‘ণ’ হৈছে।
উপকৰণঃ ‘ৰ’ ৰ পিছত ‘ন’ থকাৰ বাবে ‘ণ’ হৈছে।
নিৰ্ণয়ঃ ‘ৰ’ ৰ লগত ‘ন’ যোগ হোৱাৰ বাবে ‘ণ’ হৈছে।
অপৰাহ্লঃ ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘হ’ থকাৰ বাবে ‘ণ’ হৈছে।
কৃষ্ণঃ ‘ষ’ ৰ লগত ‘ন’ যোগ হোৱাৰ বাবে ‘ণ’ হৈছে।
সংৰক্ষণঃ ‘ক্ষ’ ৰ পিছত ‘ন’ হোৱাৰ বাবে ‘ণ’ হৈছে।
আৰোহণঃ ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘হ’ থকাৰ বাবে ‘ণ’ হৈছে।
৭) তলৰ আঁচ টনা শব্দবোৰৰ কাৰক নিৰ্ণয় কৰা
ক) তুমি মোলৈ কি আনিছা?
— অধিকৰণ কাৰক।
খ ) তোমাৰ চোলাটো মোক দিয়া।
— কৰ্ম কাৰক।
গ) তেওঁ বিছনাৰ পৰা উঠি আহিল।
—অপাদান কাৰক।
ঘ) ৰাস্তাত গাভী-মটৰৰ বৰ ভিৰ।
—অধিকৰণ কাৰক।
ঙ) শিক্ষকে ছাত্ৰক মৰম কৰে।
—কৰ্তা কাৰক।
চ) আইতাই সাধু কয়
—কৰ্ম কাৰক।
ছ) সি অংকটো ভুল কৰিলে ।
—কৰ্ম কাৰক।
৮)’ খা ‘ ধাতুৰ উপযুক্ত ব্যৱহাৰ কৰি তলৰ বাক্যবোৰৰ খালী ঠাই পূৰ কৰা ৷
ক) ৰাহুলে ভাত খাই স্কুললৈ গ’ল।
খ) মণিয়ে সময়মতে ভাত খায় আৰু পঢ়া-শুনা কৰে।
গ) কালি মাহীহঁতে আমাৰ ঘৰত ভাত খাইছিল।
ঘ) সোণে আপেল খাই ভাল পায়।