Class 1 Assamese Chapter 1 | Assamese question answers Class 1 | Chapter 1 Assamese Class 1 solutions | Assamese textbook solutions Class 1 | Class 1 Chapter 1 Assamese answers | Class 1 Assamese Chapter 1 Question Answers | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ১ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় “আমাৰ খেল” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | Assamese Class 1 Chapter 1 explanation.
আমাৰ খেল
পাঠ - ১ : উকুলি-মুকুলি
🗣️ গাওঁ আহা —
উকুলি মুকুলি
উকুলি মুকুলি কুকুলিকে খেলা
মন যদি ডাৱৰীয়া
মুকলিলে ব’লা
কুক-ভা খেলোঁ অ’।
ক্রিয়া-কলাপ —
🗣️ লগে-ভাগে গাওঁ আহা —
বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববচা বনতে
বুটলি বিলাওঁগৈ ব’লা।
🗣️ তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ অহা —
উত্তৰ: বগলী বল বটল
✒️ তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা —
বগা বৰল বন
বগৰী বৰফ বজাৰ বছৰ
🗣️ লগে-ভাগে গাওঁ আহা —
কণমান যাব ককাৰ লগত
কিনিবলে’ কিবা কিবি;
কিবাকিবিবোৰ কিনো হ’ব
পাৰে চাবাচোন বাৰু ভাবি।
প্ৰশ্ন: তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ অহা —
উত্তৰ: কল কলম কলহ
✒️ তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা —
কচু কণী কলহ কৰত
কঠ কমলা কপাল কটাৰী
পাঠ – ২ : বৰষুণত খেল
🗣️ শুনো আহা —
আজি বন্ধৰ দিন। ৰাজা, কানাই আৰু থেংছি বেট-বল লৈ পথাৰ পালেগৈ। এনেতে কিন্ কিনকৈ বৰষুণ আহিল। লাহে লাহে বৰষুণ বাঢ়ি আহিল।
সেয়ে সিহঁতে কাষৰ চালিঘৰটোতেই খেলিবলৈ ল’লে। থেংছিয়ে বলটো জোৰেৰে মাৰি দিলে। বলটো খেলপথাৰৰ মাজ পালেগৈ।
বলটো আনিবলৈ কানাই লৰ মাৰি গ’ল। কানাই পিছলি পৰিল। ‘ধুপুচ…’। কানাইক উঠাবলৈ ৰাজা লৰ মাৰিলে। তাৰো ভৰি পিছলিল। আকৌ ‘ধুপুচ…’
ইটোৱে সিটোৰ ফালে চাই ঢেক্ ঢেক্ কৰি হাঁহিবলৈ ধৰিলে। তাৰ পাছত সিহঁতে বেট-বল সামৰি চালিঘৰৰ তল পালেগৈ।
ক্রিয়া-কলাপ —
🗣️ কওঁ আহা—
ক) ৰাজাহঁতে কি খেলিবলৈ গৈছিল?
উত্তৰ: ৰাজাহঁতে বেট-বল খেলিবলৈ গৈছিল।
খ) কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল?
উত্তৰ: থেংছিয়ে বলটো জোৰেৰে মাৰি পঠিয়াইছিল।
গ) ৰাজা আৰু কানায়ে কিয় হাঁহিছিল?
উত্তৰ: বৰষুণত ভৰি পিছলি ধুপুচকৈ পৰাত ৰাজা আৰু কানায়ে দয়ো দুয়োৰে ফালে চাই হাঁহিছিল।
ঘ) ৰাজাহঁতে চালিঘৰটোত কিয় খেলিবলৈ লৈছিল?
উত্তৰ: বৰষুণ দিয়াত ৰাজাহঁতে চালিঘৰটোত খেলিবলৈ লৈছিল।
ঙ) থেংছিহঁতে শেষত পথাৰত কি কৰিব, নিজে ভাবি কোৱা।
উত্তৰ: থেংছিহঁতে শেষত পথাৰত তিতিব আৰু খেলিব।
চ) বৰষুণৰ বতৰত তোমালোকে কি কি খেল খেলা?
উত্তৰ:
ছ) তোমাৰ এনেধৰণৰ হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা।
উত্তৰ:
🗣️ খৰকৈ কওঁ আহা —
আদা ৰুলোঁ নুৰুলোঁ আলু
আলু কলোঁ নুৰুলোঁ আদা।
মৰমৰ মামাৰ মৰমী
মামাৰ মৰমৰ মামী।
পুনৰালোচনা
🗣️ গোৱা —
খেল খেল নানা খেল
খেলোঁ আহা
খেলোঁ আহা
বল খেলোঁ আহা,
লুকা-ভাকু, খলিগুটি
আৰু ৰছী টনা।
ৰজা-ৰাণী, পাৰ-পানী
চেংগুটি খেল,
খেলি খেলি পাতোঁ আমি
অকণিৰ মেল।
Overview of Class 1 Assamese Chapter 1 Question Answers
In this guide, we have provided the complete answers to the first lesson “উকুলি-মুকুলি” and the second lesson “বৰষুণত খেল” in the first chapter of the ঝংকাৰ book for Class 1.
Why Use Bidya Setu for Class 1 Assamese Chapter 1 Question Answers?
- SCERT Assam Based: All answers follow the official syllabus.
- Easy to Understand: Written in simple Assamese for Class 1 students.
- Free Access: Students can read solutions anytime without cost.
- Exam Ready: Helps in preparation for school tests and exams.
Frequently Asked Questions (FAQ)
Q1. Where can I find Class 1 Assamese Chapter 1 Question Answers?
A: You can find complete SCERT Class 1 Assamese Chapter 1 Question Answers on the Bidya Setu website for free.
Q2. Are these Class 1 Assamese Chapter 1 Question Answers based on the SCERT Assam syllabus?
A: Yes, all answers are prepared strictly according to the latest SCERT Assam syllabus for Class 1.
Q3. Can I download Class 1 Assamese solutions in PDF format?
A: Yes, on Bidya Setu we provide free downloadable PDF solutions for Class 1 Assamese chapters.
Q4. Are these Class 1 Assamese Chapter 1 Question Answers easy for children to understand?
A: Absolutely. The answers are written in simple Assamese so that students of Class 1 can learn without difficulty.
Q5. Will these solutions help in exams?
A: Yes, these Chapter-wise SCERT Assamese solutions will help students prepare well for school exams and class tests.
Final Words
We hope this article on Class 1 Assamese Chapter 1 Question Answers helps Class 1 students in Assam to prepare better and improve their learning. For more chapters and study materials, keep visiting Bidya Setu – The Trusted Educational Platform for Students of Assam.
Can I get PDF of this
At present, we don’t have the PDF for this chapter. Please keep visiting Bidya Setu — we’ll update as soon as it’s available.